বৌৰ লগত লিলিমাই

Rajdeka

New Member
Joined
Jul 13, 2018
Messages
1
Reaction score
0
Points
1
মই তেতিয়া চাকৰিত নতুনকৈ জইন কৰিছো ৷ ঘৰৰ পৰা আহা যোৱা কৰোতে অসুবিধা হয় বাবে টাউনত এটা ভাড়া ঘৰ লৈ থকা কৰো ৷ মাজে মাজে ঘৰলৈ আহো ৷ মোৰ ঘৰৰ ওচৰৰ বৌ এজনী আছে, নিজৰা বৌ ৷ বহুত দেখনিয়াৰ তাই ৷ বয়স প্ৰায় 40 মান হব ৷ তাইৰ লাহী দেহাটো দেখিলে মই ৰব নোৱাৰা হৈ যাও ৷ ঘৰত আহিলে মই প্ৰায়ে সিহতৰ ঘৰত যাও ৷ দিনত ঘৰত বৌ অকলে থাকে ৷ লৰা ছোৱালী দুটা স্কুলত যায় আৰু দাদা হাজিৰা কৰিবলৈ ওলাই যায় ৷ মই গলে বৌয়ে খুউব ভাল পায় ৷ দিনটো অকলে থাকি বৌৰো আমনি লাগে, মই গলে সেয়ে মোৰ লগত নানান কথা পাতে ৷ বৌৰ ওচৰত থাকি মোৰো ভাল লাগে ৷ মই বৌৰ দেহাটো চাই থাকো ৷ বৌৰ প্ৰতি যে মোৰ দুৰ্বলতা আছে সেইটো বৌয়ে জানে ৷ সেয়ে মোৰ পৰা বৌয়ে সুবিধা আদায় কৰে ৷ মংগলদৈৰ পৰা বৌক প্ৰয়োজনীয় বস্তু আনি দিব লাগে ৷ মইয়ো সুবিধা বুজি মাজে মাজে ব্ৰা আৰু পেন্টী আনি দিও৷ বৌয়ে তেতিয়া মোক খং দেখাই কয় কিয় আনিছা এইবোৰ বুলি ৷ মইয়ো মৰমতে আনিছো বুলি কৈ দিও ৷ মংগলদৈত থাকিলে বৌয়ে দিনটোত দহ বাৰ মান ফোন কৰে ৷ কেতিয়াবা মই ব্যস্ত থাকিলে ফোন কৰিব নোৱাৰো ৷ তেতিয়া তাই অভিমান কৰে ৷ ফোনত আমি বহুত কথা পাতো ৷ পাতো মানে মই শ্ৰোতা হে৷ বৌয়ে কৈ থাকে মই শুনি যাও ৷ বেছিদিন ঘৰত নোযোৱাকৈ থাকিলে অভিমান কৰে ৷
এবাৰ ঘৰত যাওতে মই বৌৰ বাবে চুটি নাইটি এটা লৈ যাও ৷ চুটি মানে সাংঘাটিক চুটি ৷ বুকুৰ অংশটো ব্ৰাৰ দৰে ফিটা থকা ৷ মই বৌক নাইটিটোৰ পেকেটটো দিয়াৰ পিছত খুলি চাই মোক কলে এইটো কি আনিছা? মই কেনেকে পিন্ধিম? মই কলো এইটো মই যেতিয়া দুপৰিয়া আহো তেতিয়া মোক আগত পিন্ধিবা ৷ বৌয়ে তেতিয়া মিছিকিয়া হাহি এটা মাৰি সেইটো সামৰি থলে ৷ ইফালে মোৰ হেপাহ বৌক সেইটো পোছাকত দেখা ৷ মই বৌক লাহেকৈ কলো এতিয়া এবাৰ পিন্ধাছোন ৷ বৌয়ে নালাগে, কোনোবা আহিব পাৰে বুলি কলে ৷
 
Last edited:

Users Who Are Viewing This Thread (Users: 0, Guests: 1)